31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত বিশ্বৰ তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত ভাৰত

    কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ এই কথা প্ৰকাশ কৰিছে

    ◊ অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক অতিক্ৰম কৰি বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। বিগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰত শীৰ্ষ স্থান দখলৰ দিশেৰে আগবাঢ়িছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ এই কথা প্ৰকাশ কৰিছে। সেউজ গতিশীলতা আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰি কয় যে, ভাৰতত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা আছে। ভাৰতে আইচ’ বিউটানল আৰু বায়’ বিটুমেনৰ দৰে নতুন ইন্ধনৰ ক্ষেত্ৰতো আগবাঢ়ি গৈছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.