31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ৰাজ্যিক ভিত্তিক দিবা-নৈশ কাবাডী খেল প্ৰতিযোগিতা

     

    মিলি জুলি যুৱক সংঘৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক ৰাজ্যিক ভিত্তিক দিবা-নৈশ কাবাডী খেল প্ৰতিযোগিতা আয়োজন।

    পাথৰিঘাটৰ নিকৰতাৱতি আঠকুৰিয়া গাৱত অনুষ্ঠিত হোৱা কাবাডী খেল খনত অঞ্চলটোৰ প্ৰায় ৫০টা দলে যোগদান কৰে।

    উক্ত খেল খনত প্ৰথম পুৰস্কাৰ হিচাপে থকে চলন্ত ট্ৰফি সহ নগদ ধন সহ ৮ হাজাৰ টকা।

    দ্বিতীয় পুৰস্কাৰ ৫ হাজাৰ টকা ৰাখে আয়োজন সমিতিয়ে।
    ইফালে উক্ত খেল উপভোগ কৰিবলৈ হাজাৰ হাজাৰ লোক উপস্থিত হয় ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.