Sunday, May 25, 2025
27 C
Guwahati

ৰঙিয়াত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ৰঙিয়াত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা

নতুন পেঞ্চন নীতিৰ অন্তৰ্ভুক্ত অসমৰ কৰ্মচাৰী সকলৰ সমূহীয়া মঞ্চ সদৌ অসম এন,পি,এছ কৰ্মচাৰী সন্থাৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৰঙিয়া মহাবিদ্যালয়ৰ সভাকক্ষত।

এই সভা আয়োজন কৰে সন্থাৰ ৰঙিয়া জিলা সমিতিয়ে।

দেওবাৰে অনুষ্ঠিত সভাৰ দিনজোৰা কাৰ্য্যসূচীত অসমৰ প্ৰায়কেইখন জিলাৰ প্ৰতিনিধি বৰ্গই অংশগ্ৰহণ কৰি তেওলোকৰ অভাৱ অভিযোগকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

মুখ্যত এইসকল চৰকাৰী কৰ্মচাৰীয়ে কোনোপধ্যেই নতুন পেঞ্চন নীতি মানি নলয় বুলি প্ৰকাশ কৰাৰ লগতে,এন,পি,এছৰ অধিনস্থ কৰ্মচাৰী সকলৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিব বুলি অভিহিত কৰিছে।

আনহাতে চৰকাৰৰ ওচৰত বাৰাম্বাৰ দাবী জনাই অহাৰ পিছতো নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি নীতি বাহাল ৰখাৰ দাবীক এতিয়ালৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই।

এন,পি,এছৰ অধীনস্থ কৰ্মচাৰী সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি দহ দিন চাকৰি কৰিলেও দহ লাখ টকা দিয়াৰ যি ঘোষণা কৰিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাই চিৰাং জিলা এন,পি,এছ কৰ্মচাৰীসন্থাৰ সম্পাদক জেষ্ঠ সদস্য ইৰছাদ আলীয়ে।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে অৱসৰৰ পিছত তেওঁলোকক সন্মান সহকাৰে জীয়াই থাকিবলৈ ব্যৱস্থা কৰি দিয়ক,অন্যথা এইসকল কৰ্মচাৰীয়ে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হব বুলিও হুংকাৰ প্ৰদান কৰে।

সভাৰ আয়োজক ৰঙিয়া জিলা চৰকাৰী এন,পি,এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডঃপাচান আলী আহমেদ আৰু সম্পাদক লৱ কুমাৰ দাসে সভাত অংশগ্ৰহণ কৰা

আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে।

- Advertisement -

Hot this week

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds