ৰঙিয়াত বিশ্ব হিন্দু পৰিষদ বজৰংদলৰ প্ৰতিবাদ: শ্বেখ হাচিনাৰ পুত্তলিকা দাহ :

 

ৰঙিয়াত বিশ্ব হিন্দু পৰিষদ বজৰংদলৰ প্ৰতিবাদ:
শ্বেখ হাচিনাৰ পুত্তলিকা দাহ :

অসম খবৰ ২০অক্টোবৰ:

বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় বিশ্ব হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙিয়া নগৰৰ মাজমজিয়াত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ প্ৰতিমূৰ্তি দাহ কৰি ৰঙিয়া নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই ৷

শ্বেখ হাছিনা মুৰ্দাবাদ, জেহাদী নিপাত যাওক, হিন্দু হত্যা বন্ধ কৰক ,জয়শ্ৰী ৰাম, ভাৰত মাতা কি জয় ধ্বনি দি প্ৰতিবাদকাৰীসকলে ৷

বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰ বন্ধৰ দাবী জনাই ৷হিন্দু নিগ্ৰহৰ ঘটনাক ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ নিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ৷

হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ নহলে বাংলাদেশলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহত বাধা দিব ব…

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.