Saturday, May 24, 2025
33 C
Guwahati

ৰঙিয়াত অন্তিম দিনা ৬ জনকৈ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

◆ চৈয়দ মোস্তাফা আহমেদ, ৰঙিয়াঃ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনাও ৰঙিয়াস্থিত মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰায় ৬ জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ভিৰ কৰা দেখা যায়।

ইয়াৰ মাজত ৰঙিয়া সমষ্টি ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন, অসম জাতীয় পৰিষদ দলৰ ডঃ বাবুল চহৰীয়া, অসম সংগ্ৰামী মঞ্চৰ দেৱব্ৰত কলিতা, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ কলিতা অন্যতম।

আনহাতে বহু প্ৰতিক্ষাৰ অন্তত কমলপুৰ সমষ্টিত কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰা কিশোৰ ভট্টচাৰ্যও অগণন সমৰ্থক সহ উপস্থিত হয় ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত।

কমলপুৰ সমষ্টিৰ ৰাইজৰ দলৰহৈ জিতুল ডেকাই মনোনয়ন দাখিল কৰে।ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মনে সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক ওফৰাই পেলোৱাৰ বাবে ৰাইজ অংগীকাৰবদ্ধ বুলি কোৱাৰ বিপৰীতে সাংবাদিকৰে সৈতে মুখামুখি হৈ কিশোৰ ভট্টচাৰ্যই কোনো দল অথবা প্ৰাৰ্থীকে সমালোচনা নকৰি এই সময় সমালোচনাৰ নহয় বুলি কৈ কমলপুৰৰ উন্নতিয়েই তেখেতৰ মুলমন্ত্ৰ হʼব বুলি জনাই।

ইয়াৰোপৰী ৰঙিয়াৰ উন্নতিৰ হকে অহৰহ মাতমাতি অহা বিশিষ্ট সমাজকৰ্মী, নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ কলিতাই ৰঙিয়াৰ নিবনুৱা সংস্থাপনকে ধৰি তীৰ-জুৱাৰ অবাধ প্ৰচলন ৰোধ কৰাই তেখেতৰ মুখ্য ইছ্যু হ’ব বুলি জানিবলৈ দিয়ে।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds