Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

৭১খন সুলভ মুল‍্যৰ দোকানত বিনামূলীয়া মোনা আৰু চাউল বিতৰন :

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

৭১খন সুলভ মুল‍্যৰ দোকানত বিনামূলীয়া মোনা আৰু চাউল বিতৰন :

প্ৰধান মন্ত্ৰী গৰীৱ কল‍্যাণ অন্ন যোজনা বিনামূলীয়া ৰেচন-মোনা সুলভ মুল‍্যৰ গ্ৰাহকে গ্ৰহণ কৰি উৎফুল্লিত

 

নলবাৰী ১৫ অক্টোবৰ :

সমগ্র ৰাজ‍্যৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ বহুমুখী সমবায়ৰ অধীনস্থ ৩৭ খন আৰু বড়িগোগ বনভাগ ধূৰকুছি বহুমুখী সমাবায়ৰ অধীনস্থ সুলভ মুল‍্যৰ দোকানত আজি একেদিনাই প্ৰধান মন্ত্ৰী গৰীৱ কল‍্যাণ অন্ন যোজনা আঁচনিৰ জৰিয়তে সুলভ মুল‍্যৰ দোকানত বিনামূলীয়া একোখন মোনা আৰু ৫ কেজিকৈ চাউল প্ৰতিমাহে প্ৰতিজন ব্যক্তিৰ বাবে বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ।

বনভাগ বহুমুখী সমবায় সমিতিৰ সচিব ধীৰেশ্বৰ তালুকদাৰে আৰু ধুৰকুছি বহুমুখী সমবায়ৰ সচিব বসন্ত বেজবৰুৱাই জানিব দিয়ে।এই কাৰ্য্যসূচী অনুসৰি আজি বহুমুখীখনৰ অন্তৰ্গত বাঘমাৰা নগেন কলিতা আৰু কটকীয়াৰ নৰপতী তালুকদাৰৰ দোকানৰ সমান্তৰালভাৱে ধূৰকুছি বহুমুখী সমবায়ৰ অধীনস্থ বড়িগাঁৱৰ সুলভ মুল‍্যৰ দোকান খাইৰুল হুছেইনেও এই আঁচনিৰ জৰিয়তে সুলভ মুল‍্যৰ গ্ৰাহকসকলৰ মাজত মোনা আৰু চাউল বিতৰণ কৰা পৰিলক্ষিত হৈছে। উল্লেখ‍্য যে আজিৰ এই কাৰ্য্যসূচীত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাসহ কাৰ্যকৰ্তাসকলে সহায়োগ কৰা দেখা যায়।

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °