শেহতীয়া আপডেটঃ

হঠাৎ নাৰায়ণপুৰৰ পলিটেকনিক কলেজত উত্তেজনা :

হঠাৎ নাৰায়ণপুৰৰ পলিটেকনিক কলেজত উত্তেজনা :

নাৰায়ণপুৰৰ পলিটেকনিক কলেজত সোমবাৰে হঠাৎ উত্তেজিত হৈ পৰে ছাত্র- ছাত্রী সকল ।

কলেজখনৰ কতৃপক্ষই দীৰ্ঘদিন ধৰি নিৰ্বাচন অনুষ্ঠিত নকৰাৰ
কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকল।
দীৰ্ঘদিন ধৰি ছাত্ৰী নিবাসত পঢ়াৰ সু-ব্যৱস্থা নথকাৰ উপৰি খোৱা পানীৰ লগতে নিয়মীয়া সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে কলেজ কতৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে সোমবাৰে মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰী সকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয় চৌহদত।

কলেজ খনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসে নিজ খেয়াল খুচি মতে মাছুল বৃদ্ধি কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰী সকলে।
ইফালে মহাবিদ্যালয় খন ছাত্র একটা সভাৰ গঠন প্ৰক্ৰিয়াত মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে কিছু নিজৰ ইচ্ছা অনুসৰি কাম কৰা বুলি প্ৰকাশ কৰে ছাত্র ছাত্ৰীয়ে ।

                              নাৰায়নপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.