Saturday, May 24, 2025
26 C
Guwahati

স্বেচ্ছাসেৱী সংগঠন
চুঙী আঞ্চলিক সমিতি গঠন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

স্বেচ্ছাসেৱী সংগঠন
চুঙী আঞ্চলিক সমিতি গঠন :

যোৰহাট ১৫ ফেব্ৰুৱাৰী :


যোৱা দেওবাৰে তিতাবৰ স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ আঞ্চলিকৰ সক্ৰিয় সদস্য তথা সহ বিত্ত সম্পাদক দীপক কুৰ্মীৰ প্ৰচেষ্টা তথা আহ্বানত যোৰহাট জিলা সমিতি আৰু তিতাবৰ আঞ্চলিকৰ সৌজন্যত এখনি সভা অনুষ্ঠিত কৰা হৈ যায়।

উক্ত সভাত সভাৰ আঁত ধৰে তিতাবৰ আঞ্চলিকৰ সম্পাদিকা মৌচুমী ফুকন হাজৰিকাই।
সভাৰ সভাপতিত্ব কৰে সমাজ সেৱক মৃদুল গোৱালায়ে।
সভাত বিশিষ্ট অতিথি হিচাপে সভাত উপস্থিত থাকে যোৰহাট জিলা সমিতিৰ সম্পাদক ৰাতুল হাজৰিকা।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তিতাবৰ আঞ্চলিকৰ সম্পাদিকা মৌচুমী ফুকন হাজৰিকাই।

উদ্দেশ্য ব্যাখ্যাত তেখেতে প্ৰকাশ কৰে যে চুঙী চাহ বাগিচাৰ উন্নয়ন আৰু নাৰী সৱলীকৰণৰ ক্ষেত্ৰত অঞ্চলটি আগুৱাই নিবলৈ এখন সৱল আঞ্চলিক গঠন কৰাটোৱে সভাখন অনুষ্ঠিত কৰা মূল উদ্দেশ্য বুলি মন্তব্য কৰে।

ইয়াৰ পাছতে চিনাকী পৰ্বৰে সভাখনি আগুৱাই নিয়াৰ লগতে সভাপতি আৰু যোৰহাট জিলা সমিতিৰ সম্পাদক ৰাতুল হাজৰিকা সম্বৰ্ধনা জনোৱা হয়।

উদ্দেশ্যৰ ওপৰত বহল ভাৱে বক্তব্য দাঙি ধৰে ৰাতুল হাজৰিকাই ।

২০২০ চনৰ ৩ অক্টোবৰত বিশিষ্ট কবি লেখক তথা শিক্ষক উৎপল শিৱম তত্ত্বাৱধানত গঢ়লৈ উঠা WARIORS ৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে সুন্দৰকৈ উপস্থাপন কৰে সভাত।সভাত উপস্থিত থকা ৰীণা দেৱী কুৰ্মীয়ে তেখেতৰ নিজৰ বক্তব্য আগবঢ়ায়।ইয়াৰ পাছতে উপস্থিত সমূহ সদস্য আৰু তিতাবৰ আঞ্চলিকৰ বিষয়ববীয়া লগতে ৰাতুল হাজৰিকা মিলি সমুহীয়া আলোচনা মৰ্মে চুঙী চাহ বাগিচা আঞ্চলিক কমিটি নামেৰে এখনি কমিটি গঠন কৰা হয়। সমিতি খনৰ মুখ্য
উপদেষ্টা হিচাপে দীপক কুৰ্মী,মিনতি গোৱালা,মৃদুল গোৱালা, ৰীনা দেৱী কুৰ্মী,ৰাজেন গঞ্জু সভানেত্ৰী
উৰ্মিলা কুৰ্মী, উপ সভানেত্ৰী নিৰলা মুণ্ডা সম্পাদিকা সোনমাই তাঁতী সহকাৰী লক্ষী গোৱালা, ৰীনা কুৰ্মী ৰাজপুত, বীনা কুৰ্মী জনসংযোগ সম্পাদক দীনেশ কুৰ্মী, মনোজ কুৰ্মী
বিত্ত সম্পাদিকা জোৎস্না বেগম চবৰ,সহকাৰী এম্লেম তপ্ন সাহিত্য বিভাগ পুৰ্ণিমা কুৰ্মী,ৰূপালী কুৰ্মী
জুলী ভুঞাক সৰ্বসন্মতি ক্ৰমে এখন সবল সমিতি গঠনক কৰা হয় সভাত।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
29.8 ° C
29.8 °
29.8 °
65 %
1.3kmh
83 %
Sat
35 °
Sun
26 °
Mon
24 °
Tue
33 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds