শেহতীয়া আপডেটঃ

শ্যামকানু মহন্তৰ বাসগৃহত অভিযানঃ জব্দ আপত্তিজনক নথি-পত্ৰ

অভিযানত তদন্তকাৰী গোটে আপত্তিজনক নথি-পত্ৰ, ৭ টা মোবাইল, ২ টা লেপটপ, ৯ খন হাৰ্ড ডিস্ক জব্দ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে

  • জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে
  • প্ৰত্যক্ষ্যৰ্শীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বিশেষ তদন্তকাৰী গোটে মহন্তৰ বাসগৃহত থকা কাৰ্যালয়ত অভিযান চলাইছিল
  • অভিযানত তদন্তকাৰী গোটে আপত্তিজনক নথি-পত্ৰ, ৭ টা মোবাইল, ২ টা লেপটপ, ৯ খন হাৰ্ড ডিস্ক জব্দ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে
  • বৰ্তমান শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহ ছীল কৰি দিছে আৰক্ষী প্ৰশাসনে
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.