31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ডঃ শিৱসাগৰ হাঁহচৰাত খাৰুৱা তেলৰ অবৈধ গুদামত সংঘটিত হৈছে এই ঘটনা

    ♦পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ
    শিৱসাগৰ জিলাৰ হাঁহচৰাত আজি বিয়লি এক ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। হাঁহচৰা কুজিৱালীৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত শিৱসাগৰ-নাজিৰা সংযোগী মূল পথৰ কাষতেই অবৈধ ভাৱে খাৰুৱা তেল মজুত ৰখা এটা গুদামত আজি বিয়লি 4 মান বজাত এই অগ্নি কাণ্ড সংঘটিত হয়।

    খাৰুৱা তেলৰ চোৰাং ব্যৱসায় কৰা দুষ্ট চক্ৰৰ ঘাটিত এই অগ্নি কাণ্ড সংঘটিত হোৱাত বহু দূৰলৈকে আকাশ ক’লা ধোঁৱাই আৱৰি ধৰে। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

    নাজিৰাৰ শান্তনু বুঢ়াগোহাঁই নামৰ মালিকাধীন চোৰাং গুদামত দুটা খাৰুৱা তেল ভৰ্তি ড্ৰাম, ১১ বস্তা কেমিকেল, বৃহৎ আকাৰৰ ৫টাকৈ চিনটেকছ আৰু খাৰুৱা তেল চোৰ কৰিবলৈ ব্যৱহাৰ কৰা দুটাকৈ মটৰ জব্দ কৰে স্থানীয় চেৰেকাপাৰ আৰক্ষীয়ে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.