লখিমপুৰত আমছুৰ বিৰুদ্ধে প্ৰতিবাদ

লখিমপুৰত আমছুৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ।
আমছু খিলঞ্জীয়া অসমীয়াৰ অভিভাৱক নহয়, বাঙলাদেশীৰ হে ৰক্ষক আমছু ।

বুধবাৰে লখিমপুৰৰ নগৰত আমছুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়া যুৱ মঞ্চই।

আমছু খিলঞ্জীয়া অসমীয়াৰ অভিভাৱক নহয় বাঙলাদেশীৰ হে ৰক্ষক আমছু এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে।
প্ৰতিবাদ কাৰী দলটোৱে আমছুৰ গুণ্ডাগিৰি নচলিব। আমছু গৌ বেক। আমছু মূৰ্দাবাদ আদি শ্ল’গানেৰে লখিমপুৰৰ আকাশ বতাহ কপাই টোলে।
এক কোটি ত্ৰিশ লাখ মুছলমানক লৈ আমছুয়ে দ্বিতীয় অসম আন্দোলন কৰাৰ যি হুঙ্কাৰ দিছিল তাৰ প্ৰতিবাদত লখিমপুৰত এইদৰে অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে।

লখিমপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*