31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হোৱা ইউক্ৰেইনত আৱদ্ধ মায়ঙৰ বঢ়মপুৰ গাৱৰ এগৰাকী ছাত্ৰী

    যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হোৱা ইউক্ৰেইনত আৱদ্ধ মায়ঙৰ বঢ়মপুৰ গাৱৰ এগৰাকী ছাত্ৰী
    প্ৰতিবেদক,মায়ং,২১ফেব্ৰুৱাৰী:ৰাছিয়া-ইউক্ৰেনৰ যুদ্ধৰ আশংকাক লৈ উদ্বিগ্ন ভাৰতীয় দূতাবাস ।

    এই প্ৰসংগতে ইউক্ৰেইনত থকা ভাৰতীয়ক নাগৰীকে ইউক্ৰেইন ত্যাগ কৰাৰ আহ্বান জনাইছে ভাৰতীয় দূতাৱাসে । উল্লেখযোগ্য যে মায়ং ৰাজহ চক্ৰ ৰ অন্তৰ্গত বঢ়মপুৰ গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী ডেইজী মেধিয়ে এম,বি,বি,এচ,ডক্টৰ হোৱাৰ সপোন বুকুত লৈ ইউক্ৰেইনৰ এখন মেডিকেল ইউনিভাৰচিটীত আছে অধ্যয়নৰত অৱস্থাত । টাৰন’পিল নেশ্যনেল মেডিকেল ইউনিভাৰচিটীত প্ৰথম বৰ্ষৰ ছাত্ৰী এই ডেইজী মেধি ।

    বীৰেন্দ্ৰ কুমাৰ মেধিৰ কন্যা ডেইজী সম্প্ৰতি ইউক্ৰইনতে সুৰক্ষিত আছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষ সমূহে ভাৰতীয় নাগৰিক সকলক ইউক্ৰইন এৰাৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে ।

    এইলৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে ডেইজীৰ পিতৃ তথা অঞ্চলবাসী ।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.