যদি আপোনাৰ ওচৰত ১ টকাৰ নোট আছে, আপুনি পাব পাৰে ৪৫,০০০ টকা পৰ্যন্ত!

“এখন পুৰণি এক টকাৰ নোটৰ বাবে আপোনাৰ কপাল ফুলিব পাৰে।
১ টকাৰ নোট বিক্ৰী কৰিলে এতিয়া পাব পাৰিব ৪৫,০০০ টকা। কিন্তু এই নোটত কিছুমান বিশেষত্ব থাকিব লাগিব।
বিশেষ ১ টকাৰ নোটটো বৰ্তমান ‘অত্যন্ত বিৰল’ বুলি চিনাক্ত কৰা হৈছে।
যদি আপোনাৰ কপাল ভাল হয়, আপোনাৰ হাতত থকা সেই পুৰণি নোটৰ মাজৰ পৰা সেই বিশেষ টকাটো বিচাৰি পাবও পাৰে।”

■ বৰ্তমান কৰোনা-লকডাউনৰ ফলত বহুতো পৰিয়াল বৰ্তমান শোচনীয় বিত্তীয় অৱস্থাত আছে। বহুতে এতিয়া সোনকালে টকা উপাৰ্জনৰ উপায় বিচাৰি আছে। এই ক্ষেত্ৰত, লক্ষ্মীদেৱীৰ কৃপাত আপুনি লাখপতি হৈ পৰিব পাৰে। আপুনি ঘৰত বহি থকা এজন ভাগ্যৱান ব্যক্তি হ’ব পাৰে আৰু ৪৫,০০০ টকাৰ গৰাকী হ’ব পাৰে!

এই বিশেষ ১ টকাৰ নোটৰ কি এনে বিশেষত্ব আছে?

বিশেষ ১ টকাৰ নোটটো প্ৰাক্তন বিত্ত মন্ত্ৰী এইচ এম পেটেলৰ স্বাক্ষৰ থকা হব লাগিব। অৰ্থাৎ হিৰুভাই মুল্লাজীভাই পেটেল ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ বিত্ত মন্ত্ৰী আছিল। স্বাক্ষৰিত এই বিশেষ ১ টকাৰ নোটৰ ক্ৰমিক নম্বৰ হ’ব লাগিব ১২৩৪৫৬

যদি কোনো এজন ব্যক্তিৰ হাতত এই বিশেষ ১ টকাৰ নোট থাকে আৰু ইয়াক বিক্ৰী কৰিব বিচাৰে, তেন্তে তেওঁ ৪৫ হাজাৰ টকা পাব। সেই বিশেষ ১ টকাৰ নোটটো কইনবজাৰ (coinbazar) ৱেবছাইটলৈ গৈ বিক্ৰী কৰিব পাৰি। নোটটো ৱেবছাইটৰ ‘শ্বপ’ শাখালৈ গৈ বিক্ৰী কৰিব পাৰিব। ৱেবছাইটটোৱে এই নিৰ্দিষ্ট ১ টকাৰ নোটটোক ‘অত্যন্ত বিৰল’ বুলি উল্লেখ কৰিছিল। অৰ্থাৎ, এতিয়া এই বিশেষ 1 টকাৰ নোট পোৱাটো অতি কঠিন।

এই ক্ষেত্ৰত, বহুলোকে পুৰণি নোট জমা কৰিবলৈ ভাল পায়, বহুতে তেওঁলোকৰ ঘৰত পুৰণি নোট জমা ৰাখে। যদি আপোনাৰ কপাল ভাল হয় বা পুৰণি নোট জমা ৰাখিছে তেন্তে সেই পুৰণি টকাৰ মাজৰ পৰা এই বিশেষ টকাটো পোৱা যাবও পাৰে। যাৰ মূল্য এতিয়া ৪৫,০০০ টকা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.