মা মহাকালী আশ্ৰমৰ প্ৰতিষ্ঠাপক ৰাজীৱ গোস্বামীৰ দেহাৱসান

■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰী: মা মহাকালী আশ্ৰমৰ প্ৰতিষ্ঠাপক, প্ৰখ্যাত কালীসাধক ৰাজীৱ গোস্বামীৰ বুধবাৰে দিনৰ ভাগত পৰলোকপ্ৰাপ্তি ঘটে। হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট সাধকগৰাকীৰ।
নলবাৰীৰ খুদিয়াস্থিত আশ্ৰমখনৰ প্ৰতিষ্ঠাপক গৰাকীৰ বিয়োগত ৰাজ্যখনত গভীৰ শোকৰ ছাঁ পৰিছে। ১৯৬৯ চনত জন্মগ্ৰহণ কৰিছিল সদ্যপ্ৰয়াত গোস্বামীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.