মাধৱদেৱ বিশ্ববিদ্যালয়ত  চফাই অভিযান

 

মাধৱদেৱ বিশ্ববিদ্যালয়ত  চফাই অভিযান

 

শনিবাৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হৈ নাৰায়ণপুৰলৈ পথৰ দাঁতিত চাফাই অভিযানেৰে জনসাধাৰনলৈ এক পৰিবেশ নিকাকৰন যোগে সুন্দৰ জীৱন-যাপনৰ বাৰ্তা পেৰণ কৰে ।

মাধৱদেৱ বিশ্ববিদ্যালয় আৰু মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

নেতৃত্ব প্ৰদান কৰে এন এন এচৰ কাৰ্যাক্ৰম বিষয়া ড০ দীপক দাস আৰু মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক জ্যোতিপ্ৰকাশ গগৈয়ে।

জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.