শেহতীয়া আপডেটঃ

মহানগৰীত পুথিভঁড়াল আৰু অধ্যয়ন কেন্দ্র মুকলি

গ্ৰন্থমেলাৰ বৌদ্ধিক স্পন্দনে মহানগৰীৰ শীতৰ সেমেকা সন্ধিয়াবোৰ উমাল কৰি তোলাৰ সময়তে পাঠক তথা ছাত্র-ছাত্রীসকলক অধ্যয়নৰ এক সমর্পিত পৰিবেশ প্ৰদানৰ বাবে আজি জু ৰোডৰ সেন্দুৰী আলিত লক্ষ্য নামেৰে এটি পুথিভঁড়াল আৰু অধ্যয়ন কেন্দ্ৰ মুকলি কৰা হয়৷

উচ্চ-শিক্ষিত যুৱক অভিজিৎ শইকীয়াৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ৪০ খন আসনযুক্ত এই কেন্দ্রটোত পাঠক তথা অধ্যয়নকাৰীৰ বাবে সুকীয়া আসন, লকাৰ তথা আৱশ্যকীয় সকলোখিনি সুবিধাই উপলব্ধ৷

অতি ন্যূনতম এক মাচুলেৰে এই সুবিধা প্ৰদান কৰা অভিজিৎ শইকীয়া ৰাজ্যৰ এক আগশাৰীৰ কচিং প্ৰতিষ্ঠানৰ এজন ফেকাল্টিও হোৱা বাবে অধ্যয়নকাৰীসকললৈ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ দিহা-পৰামৰ্শ আগবঢ়াব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.