শেহতীয়া আপডেটঃ

বিশ্বনাথৰ মুখৰগড়ত সু-শাসন দিৱস উদযাপন

বিশ্বনাথৰ মুখৰগড়ত সু-শাসন দিৱস উদযাপন

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৫ ডিচেম্বৰ ঃ বিশ্বনাথ জিলাৰ মুখৰগড় গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত ভাৰত ৰত্ন প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সু- শাসন দিৱস উদযাপন কৰা হয়।

কাৰ্যসূচীত বিজেপি বিশ্বনাথ জিলাৰ সাধাৰন সম্পাদক বিশ্বনাথ সুজিত ভূমিজ, সাকোমঠা মণ্ডলৰ সভাপতি ৰঞ্জন ৰাউতীয়া , সাধাৰন সম্পাদক গণেশ বাচোৱাৰ, বিশ্বনাথ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল নাথ, গায়ত্ৰী কুৰ্মী, ভাৰতী দেৱী ভূঞা, পঞ্চায়তৰ সদস্য/সদস্যা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

কেবাগৰাকী বিজেপিৰ বিষয়ববীয়াই নিজৰ বক্তব্যত ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন দৰ্শনৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে । লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহন কৰা সকলো আচনি আৰু পদক্ষেপৰ শলাগ লয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.