Wednesday, July 9, 2025
29.1 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ মহজুলিত কভিড১৯ টিকাকৰণ অভিযান

- Advertisement -

বিশ্বনাথৰ মহজুলিত কভিড১৯ টিকাকৰণ অভিযান

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১ ডিচেম্বৰ ঃ

বিশ্বনাথৰ মহজুলি পথাৰত কভিড১৯ টিকাকৰণৰ অভিযান পুৰ্ণ গতিত চলি আছে ৷

১৮ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিৰ বাবে বিনামূলীয়া টিকাকৰণৰ অভিযানত বৃহত্তৰ অঞ্চলটোৰ বহু কেইগৰাকী লোকে টিকা লয় ৷

সম্প্ৰতি বালিচাং আদৰ্শ চিকিৎসালয়ৰ অধীনস্থ A.N.M মাৰ্থা টপ্ন , V.V.O প্ৰসেন ফাংচু ,ASSTT A.V.V.O জগত বনিয়া , আশা কৰ্মী মিনতী প্ৰজা আৰু অঙ্গনবাদীৰ কৰ্মী মিনতী বেপীৰ এটি দলে বৃহত্তৰ চেলাইখাতি আৰু বালিচাং পঞ্চায়তৰ বিভিন্ন স্থানত ৰাইজক টিকাকৰণৰ লোৱাৰ সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে টিকাকৰণৰ সফল ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
27.3 ° C
27.3 °
27.3 °
85 %
0.9kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °