Wednesday, July 9, 2025
29.1 C
Guwahati
TOP NEWS:

বিশ্বনাথত এনকাউন্টাৰৰ ঘটনা Video

- Advertisement -

বিশ্বনাথত এনকাউন্টাৰৰ ঘটনা :

বিশ্বনাথ চাৰিআলিত পুৱতি নিশা সংঘটিত হৈছে এক এনকাউন্টাৰৰ ঘটনা ।

বিশ্বনাথ আৰক্ষীৰ গুলীত গুৰুতৰ ভাৱে আহত হৈছে জাহিৰ আলি ওৰফে ভুত্তু নামৰ কুখ্যাত অপৰাধীটো।

উল্লেখযোগ্য যে
দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসাৰ সৈতে জড়িত হৈ আছিল ভুত্তু ৷

নকল টকাৰ স্থান আৰক্ষীক দেখুৱাবলৈ নিয়াৰ সময়তে আৰক্ষী হাতৰ পৰা পলায়ন চেষ্টা কৰা সময়তে এন্টকাউন্টাৰ সংঘটিত হয় ৷

গুৰুতৰভাৱে আহত ভুত্তুক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে ৷

বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷ ভুত্তুৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ বলোডোঙাত ৷ দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যৰ লগত জড়িত হৈ আছিল ভুত্তু ৷

উল্লেখ্য যে শুক্ৰবাৰে নিশা অভিযান চলাই বিশ্বনাথ আৰক্ষীয়ে পৃথক পৃথক স্থানৰ পৰা নকল টকা বনোৱা মেছিন, নকল টকা আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
27.3 ° C
27.3 °
27.3 °
85 %
0.9kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °