Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত সাপটগ্ৰাম ৰাণীগঞ্জত গু*লীয়া*গুলী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিলাসীপাৰা সমজিলাৰ পৰা আলী আজাত ইছলামঃ
📌 তিনিজন যুৱকে কৰে গু*লীচালনা
📌 বাইকেৰে আহিছিল তিনিজন যুৱক
📌 দুজন যুৱক গুলীবিদ্ধ
📌 SBIৰ CSPৰ স্বত্তাধিকাৰী আৰু পোষ্ট অফিচৰ কালেক্টৰ গু*লীবিদ্ধ
📌 CSP কেন্দ্ৰত বহি থকা অৱস্থাতে শূন্য দূৰত্বৰ পৰা গু*লীচালনা কৰে তিনি যুৱকে
📌 কেইবাৰাউণ্ড গু*লী নিক্ষেপ কৰে দুয়োজনলৈ লক্ষ্য কৰি
📌 আবাইদূৰ ৰহমানৰ পেট আৰু ভৰিত লাগে গু*লী

তিনি পিষ্টলধাৰী যুৱকে আক্ৰমণ কৰে লোককেইজনক
আক্ৰমণত গুৰুতৰ ভাৱে আঘাপ্ৰাপ্ত হয় তিনিজনকৈ লোক।
আঘাতপ্ৰাপ্ত লোক তিনি জন ক্ৰমে SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ অবাইদুৰ ৰহমান, ৰতন ৰয় আৰু আব্দুল গফুৰ
আঘাতপ্ৰাপ্ত হোৱা দুই জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °