Wednesday, July 9, 2025
25.2 C
Guwahati
TOP NEWS:

বিনামূলীয়াকৈ সেনা নিযুক্তি প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি অনুষ্ঠানত ভাৰতীয় সেনাক সম্বৰ্ধনা

- Advertisement -

■ ৰঙাপৰা■ চাৰিদুৱাৰত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি কালি অনুষ্ঠিত এক সভাত ভাৰতীয় সেনাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে যোৱা ২৭ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাত ভৰ্তিৰ বাবে বিনামূলীয়া নিযুক্তি প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি পৰে।

বিগত ৬ বছৰে আগবঢ়াই অহা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী। লুইতপৰীয় ফাউণ্ডেচনে চাৰিদুৱাৰ স্থিত ভাৰতীয় সেনাৰ বল অফ ফায়াৰ দিভিজনৰ সহযোগত বিনামূলীয়া প্ৰশিক্ষণ, বিনামূলীয়া খাদ্য সামগ্ৰী বিতৰণ আদি বিভিন্ন কাম কৰি আহিছে।

অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকে অংশ গ্ৰহণ কৰি আহিছে এই প্ৰশিক্ষণ কৰ্মশালাত। চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত অংশগ্ৰহণ কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ভাৰতীয় সেনা বিষয়া সকলৰ হাতত তুলি দিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰদান কৰা প্ৰশস্তি পত্ৰ।

জ্ঞান বিজ্ঞান একাডেমীৰ অধ্যক্ষ গনেশ লুইতপুৰীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ভাৰতীয় সেনাৰ বিষয়া সকলে অংশগ্ৰহণ কৰে।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.7 ° C
25.7 °
25.7 °
88 %
1.9kmh
100 %
Tue
26 °
Wed
28 °
Thu
33 °
Fri
33 °
Sat
33 °