বিধায়ক উৎপল বৰা বান খহনীয়া পৰিদৰ্শন

 

বৃস্হপতিবাৰে বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া ৰাওনামুখ গাওঁ পঞ্চায়তৰ গৰাখহনীয়াৰ পৰিস্থিতি বুজ লয় বিধায়ক উৎপল বৰাই।


লগতে গৰাখহনীয়া কৱলত পৰা গছপুৰ,কলিয়াপানী,চগুৰি,ওপৰ চগুৰি আৰু বাৰুলে আদি বৃহত্তৰ অঞ্চলত যন্ত্ৰ চালিত নাওৰে পৰিদৰ্শন কৰি বিধায়ক গৰাকীয়ে বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে,ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু তিৰপাল আদি বিতৰণ কৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.