বহিষ্কাৰ: নীলমণি সেন ডেকা

বহিষ্কাৰ:: নীলমণি সেন ডেকা

কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ কৰা হৈছে ৷ উল্লেখ্য, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডেকাই বিগত কিছুদিন ধৰি কংগ্ৰেছ দল তথা নেতা সকলক তীব্ৰ সমালোচনা কৰি আহিছিল ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.