31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহি, জেকলিন ফাৰ্ণাণ্ডেজক মানি-লণ্ডাৰিং গোচৰত চমন জাৰি EDৰ

     

     

    বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহি, জেকলিন ফাৰ্ণাণ্ডেজক মানি-লণ্ডাৰিং গোচৰত চমন জাৰি EDৰ

     

    প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) ২০০ কোটি টকাৰ ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজক চমন জাৰি কৰিছে।এই গোচৰটো দিল্লী আৰক্ষীয়ে কেলেংকাৰী সুকেশ চন্দ্ৰশেখৰ, লীনা মাৰিয়া-পল আৰু অন্যান্যলোকৰ দ্বাৰা সংঘটিত এক ধন দাবীৰ ৰেকেটৰ সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ সৈতে সম্পৰ্কিত, য’ত কেইবাজনো ডাঙৰ ব্যক্তি জড়িত আছিল।

    কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে ইতিমধ্যে তেওঁলোকৰ বিবৃতি আগতে লিপিবদ্ধ কৰিছিল আৰু তেওঁলোকক পৰৱৰ্তী তদন্তৰ বাবে সাক্ষী হিচাপে পুনৰ মাতি অনা হৈছে।

    ইয়াৰ পূৰ্বে আগষ্ট মাহত EDয়ে ফাৰ্নাণ্ডেজক বহু কোটি টকাৰ ধন দাবীৰ ৰেকেটৰ অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে চলোৱা মানি লণ্ডাৰিং তদন্তৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.