বনমালী বাগান” শীৰ্ষক ভিডিঅ’ গীতটি শুভ উন্মোচন

 

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতমে কণ্ঠদান কৰা বিহালীৰ ৰাংছালী জোন আৰু নেহাই অভিনয় কৰা “বনমালী বাগান” শীৰ্ষক ভিডিঅ’ গীত কেক কাটি মুকলি কৰে অভিনেতা অভিনেত্ৰী জোন নেহাই ।

শুক্ৰবাৰে বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ ৰাংচালীত মুক্তি লাভ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতমে কণ্ঠদান কৰা “বনমালী বাগান” শীৰ্ষক ভিডিঅ’ গীতটি ।

যোৰহাট জিলাৰ ‌এখন চাহ বাগিচা ত  গীতটিৰ শ্বুটিং কৰা বুলি জানিবলৈ দিয়ে ভিডিঅ’গীতটিৰ প্ৰযোজক পাৰ্থ মেচে ।
ইফালে মুক্তি লাভ কৰা লগে লগে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে গীতটোৱে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.