Friday, June 20, 2025
25.8 C
Guwahati
TOP NEWS:

পল্টন বজাৰত ‘বৃষ্টিকথা গুয়াহাটি’ৰ উদ্যোগত বহুভাষিক কবি সন্মিলন সম্পন্ন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

কবিতাৰ আদৰ কোনোদিনে ম্লান নহয় : দীপক শৰ্মা
● সমাজৰ বাবে কবিতা নিৰ্মাণ হ’ব‌ লাগে : নিশুতি মজুমদাৰ

গুৱাহাটী, ২২ মাৰ্চ: কাব্য সাহিত্যৰ অগ্ৰণী অনুষ্ঠান “বৃষ্টিকথা গুয়াহাটি”ৰ উদ্যোগত কালি সন্ধিয়া ৬.৩০ বজাৰ পৰা নিশা ৯ বজালৈ নিয়ন লাইটৰ পোহৰত পল্টন বজাৰ বেঙ্গলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি‌ বৰ্ণিল বহুভাষিক কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। “বৃষ্টিকথা গুয়াহাটি”ৰ প্ৰমুখ বিদ্যুৎ চক্ৰৱৰ্তীয়ে আঁত ধৰা অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰি বিশিষ্ট কবি, সাহিত্যিক নিশুতি মজুমদাৰে কয়- “মানুহৰ হৃদয়ৰ পৰা স্বত: স্ফূৰ্তভাৱে নিৰ্গত হোৱা প্ৰতি শব্দই একো‌ এটা প্ৰাঞ্জল কবিতা। কবিতা উপযুক্ত ধৰণেৰে পৰিৱেশন কৰিলে মানদণ্ড বাঢ়ে। সমাজৰ বাবে কবিতা নিৰ্মাণ হ’ব লাগে।”


নিবেদিতা ভট্টাচার্য, সুচয়িতা চক্রৱর্তী, মধুমিতা সেনগুপ্ত, মীনাক্ষি চক্রৱর্তী, লিপি চক্রৱর্তী আৰু সুমিতা ভট্টাচাৰ্য চৌধুৰীৰ দলগত গীত পৰিৱেশনেৰে
শুভাৰম্ভ কৰা অনুষ্ঠানত কবি দীপক শৰ্মাই কয়- “কবিতাৰ আদৰ কোনোদিনে ম্লান নহয়।‌ সমন্বয়-সংহতি সৃষ্টিৰ প্ৰধান চালিকা শক্তি কবিতা। কবিৰ উদখৰতা থাকিব লাগে।” ইয়াৰ পিছতে অসমীয়া ভাষাত‌ দীপক শৰ্মা, মৃদুল হালৈ, মিন্টুল হাজৰিকা, বিভাস দাস, দীপ ৰাজ, ব্রজেন মালাকাৰ, নেপালি ভাষাত ‌ইন্দুপ্রভা দেৱী, বাংলা ভাষাত সঞ্জয় চক্রৱর্তী, তুষাৰকান্তি সাহা, সত্যজিৎ নাথ (বৰাক),মম্পি গুপ্ত ,‌সুব্রত চৌধুৰী ,ডালিয়া সিংহ , গীতাঞ্জলী ৰায়, মধুমিতা দত্ত,
কমলিকা মজুমদাৰ, পাৰমিতা নাগ দে, সঞ্জয় চন্দ্র দাস, তিমিৰ দে, সঞ্জয় ভট্টাচাৰ্য,ৰাজকুমাৰ দাস, প্রবীৰ বোস, নিবেদিতা ভট্টাচার্যই কবিতা পাঠ কৰে।
‌ভিন‌ ভিন কবিৰ কবিতা আবৃত্তি কৰে‌ সোমশুভ্র দাস, অসীম ঘোষ, শংকৰ দাস,


শাশ্বতী চৌধুৰীয়ে।‌‌ অনুষ্ঠানত কথাফুল নামৰ কাব্যগোষ্ঠীৰ সদস্যাক্ৰমে সন্দীপা চক্রৱর্তী, দেবলীনা সেনগুপ্ত, সংহিতা ৰায় আৰু মীনাক্ষি চক্রৱর্তীয়ে গীত -কবিতাৰ সমাহাৰ তুলি‌ অন্যন্য অনুষ্ঠান পৰিবেশন কৰে।

অনুষ্ঠানত বিশিষ্ট লেখক-লেখিকা সুস্মিতা মজুমদাৰ, ঋতা চন্দ, বিমলেন্দু চক্রৱর্তী, লিপি চক্রৱর্তী, বিদ্যুৎ চক্রৱর্তী, মীনাক্ষি চক্রৱর্তী, মধুমিতা ভট্টাচার্য, মধুমিতা সেনগুপ্ত আৰু সপ্তমিতা নাথ আদি উপস্থিত থাকে।‌ অনুষ্ঠানটি সঞ্চালনা কৰে মধুমিতা সেনগুপ্ত‌ই, শলাগৰ শৰাই আগ বঢ়ায় অতীন্দ্র‌ বিজয় চৌধুৰীয়ে।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
1.9kmh
97 %
Fri
32 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
26 °