নিতাইপুখুৰী আৰক্ষী চকীত কৰ্মৰত জোৱান ৰাতুল গগৈৰ ব্যতিক্ৰমী প্ৰয়াস

■ অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষী সকলৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি অসম আৰক্ষীৰ নিতাই পুখুৰী আৰক্ষী চকীৰ ১নং বেটেলিয়ান তথা প্ৰায়েই অসহায় বা আৰ্তজনৰ কাষত থিয় দিয়া ৰাতুল গগৈয়ে আজি শাওণৰ ভৰ খেতিৰ সময়ত নিজৰ ব্যক্তিগত প্ৰচেষ্টাত কেইজনমান খেতিয়ক আৰু ৰোৱনীক খেতি কৰিবলৈ উৎসাহ যোগাবলৈ জাপি আৰু কোৰ উপহাৰ দিয়ে।

তেওঁৰ এই মহানুভবতাক সকলোৱে প্ৰণাম জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.