নাৰায়ণপুৰৰ শিমলুগুৰিত বাংলা ভাষাৰ বেগ জব্দ কৰি আৰক্ষীক চমজালে বীৰ লাচিত সেনাই।

 

নাৰায়ণপুৰৰ শিমলুগুৰিত বাংলা ভাষাৰ বেগ জব্দ কৰি আৰক্ষীক চমজালে বীৰ লাচিত সেনাই।

 

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চৰকাৰী মোনা আহিল বাঙালী ভাষাত লিখা।

দৰিদ্ৰ পৰিয়ালক চাউল যোগান ধৰিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগে দিয়া মোনাত ‘চৰকাৰ’ আৰু ‘গৰীব’ লিখিলে বাংলা ভাষাত।
আজি বীৰ লাচিত সেনাৰ অবিভক্ত শিমলুগুৰি আঞ্চলিক সমিতিয়ে বঙালী ভাষাত লিখিত অসম চৰকাৰৰ অধীনৰ অন্ন যোজনা আঁচনিৰ বেগসমূহ জব্দ কৰি শিমলুগুৰি আৰক্ষীক চমজাই দিয়াৰ লগতে ভৱিষ্যতে এনেধৰণৰ কৰ্মৰপৰা চৰকাৰক বিৰত থাকিবলৈ দাবী জনায়।

প্ৰেৰক  জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.