নলবাৰী জিলাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ বাসভৱনত যোগদান কাৰ্যসূচী

● নলবাৰী, ফইজুল হক চৌধুৰীঃ নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ বাসভৱনত, বিজেপি দলৰ প্ৰতি মোহভংগ হৈ, বিজেপিৰ একাংশ নেতা কৰ্মীয়ে ৰাতিপুৱা নলবাৰী জিলাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভুঞাৰ বাসভৱনত যোগদান কৰে ।
কংগ্ৰেছ দল জিন্দাবাদ, প্ৰদ্যুৎ কুমাৰ ভূঞা জিন্দাবাদ ধ্বনিৰে ভূঞাৰ বাসভৱন উত্তাল কৰি তোলে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.