■ ভাৰতৰ কোভিড-১৯ৰ টিকাকৰণ কভাৰেজে ইতিমধ্যে ৯৭ কোটিৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমানলৈকে ৯৭ কোটিতকৈও অধিক ১১ লাখ ২০ হাজাৰ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বৃহস্পতিবাৰে ২৭ লাখ ৬২ হাজাৰৰো অধিক ভেকছিন পালি প্ৰদান কৰা হয়।

Copyright © 2023 | WordPress Theme by MH Themes
Leave a Reply