তেজপুৰ Ascent School of Nursing উদ্যোগত স্বচ্ছ ভাৰত  অভিযান :

 

তেজপুৰ Ascent School of Nursing উদ্যোগত স্বচ্ছ ভাৰত  অভিযান :


আজি ২ অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে স্মৰণ কৰে গান্ধীজীক।
ইফালে গান্ধীজীৰ ১৫২ তৰ্ম জন্ম দিনৰ লগত সংগতি ৰাখি
শোণিতপুৰ জিলাৰ তেজপুৰৰ Ascent School of Nursing ৰ ছাত্ৰী সকলে এক স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.