31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    ডুমডুমা গুঞ্জন মন্টেছৰী প্ৰি স্কুলৰ দেৱালত চিত্ৰ অংকনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠান

    ◊ তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত গুঞ্জন মন্টেছৰী প্ৰি স্কুলৰ দেৱালত চিত্ৰ অংকনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠান যোৱা ২১ জুলাই তাৰিখে অনুষ্ঠিত হৈ যায়৷


    প্ৰশিক্ষক মিৰাকুল চিত্ৰ শিল্পী ৰবীন বৰাই কৰ্মশালাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক চিত্ৰ অংকণৰ প্ৰশিক্ষণ দিয়ে৷ অনুষ্ঠানত যথেষ্ট সংখ্যা ছাত্ৰ-ছাত্ৰী উপস্থিতিত কৰ্মশালা অনুষ্ঠানটি সুন্দৰভাৱে অনুস্থিত হয়৷

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.