ডুমডুমাত প্ৰথম পৰ্যায়ৰ ভোটদানৰ প্ৰস্তুতি

● আজি ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ বাবে পুৱাই ভোটদাতা ৰাইজৰ বাবে ইলেকট্ৰনিক ভোটিং মেচিন নিৰ্দিষ্ট স্থানৰ ৰখাৰ প্ৰস্তুতি তিনিচুকীয়া জিলাৰ ডুমডুমাত বঙ্কীয় বিদ্যালয়ত।
■ ফটো: ময়ূৰ বৰগোহাঞি

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.