Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

বিৰাট কোহলীয়ে খেলুৱৈ জীৱনত ১২৩ খন টেষ্ট মেচত গড়ে ৪৬.৮৫ ৰানেৰে মুঠ ৯,২৩০ ৰান সংগ্ৰহ কৰিছে। নিজৰ ১৪ বছৰজোৰা টেষ্ট কেৰিয়াৰত কোহলী শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড় আৰু সুনীল গাভাস্কাৰৰ পাছত ভাৰতৰ চতুৰ্থজন সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সাম্প্ৰতিক ক্রিকেট বিশ্বৰ অন্যতম মহান খেলুৱৈ হিচাপে পৰিচিত কোহলীয়ে সামাজিক মাধ্যমযোগে এই বাৰ্তা প্ৰকাশ কৰিছে। তেওঁৰ এই ঘোষণাই স্বাভাৱিকতে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ এটা যুগৰ অন্ত পেলালে।

India great Kohli retires from Test cricket | cricket.com.au

বিৰাট কোহলীয়ে খেলুৱৈ জীৱনত ১২৩ খন টেষ্ট মেচত গড়ে ৪৬.৮৫ ৰানেৰে মুঠ ৯,২৩০ ৰান সংগ্ৰহ কৰিছে। নিজৰ ১৪ বছৰজোৰা টেষ্ট কেৰিয়াৰত কোহলী শচীন তেণ্ডুলকাৰ, ৰাহুল দ্রাবিড় আৰু সুনীল গাভাস্কাৰৰ পাছত ভাৰতৰ চতুৰ্থজন সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে ভাৰতীয় ক্ৰিকেটত সোণালী অধ্যায়ৰ ৰচনা কৰা বিৰাট কোহলীৰ অনবদ্য প্রতিভাই অনাগত প্রজন্মক অনুপ্রাণিত কৰি যাব।

Virat Kohli Profile - Age, Career, Stats, And ICC ranking

- Advertisement -

Hot this week

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °