Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউত চুকাফাই ৰাজধানী স্থাপন কৰাৰ পৰৱৰ্তী সময়ত সেই ঠাইকেই পাছলৈ আহোম ৰজা সকলৰ সমাধিক্ষেত্ৰ কৰিছিল। অসম বুৰঞ্জীত উল্লেখ্য যে, এই পৱিত্ৰ ঠাইত সকলো বিপ্লৱীয়ে শপত গ্রহণ কৰি দেশ উদ্ধাৰ কৰিম বুলি প্রতিজ্ঞা কৰিছিল।

- Advertisement -
চৰাইদেউৰ বিষয়ে একলম
🖋️ লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ হৈ ৰম।
May be an image of 1 person, grass and road
যোৱা এপ্ৰিল মাহৰ ১৬ তাৰিখে চৰাইদেউত উপস্থিত হৈছিলোঁ। পৰ্য্যটকৰ বাবে বৰ্তমান এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু চৰাইদেউ। পোন প্রথম জনা আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাই অভয়পুৰ, হাবুং, লিগিৰী গাওঁ, শিমলুগুৰি আদি ভিন্নবোৰ ঠাইত অস্থায়ী ৰাজধানী স্থাপন কৰিছিল। যদিও শেষত তেওঁ চৰাইদেউত ১২৫৩ খ্রীষ্টাব্দত স্থায়ী ৰাজধানী স্থাপন কৰে। এই স্থায়ী ৰাজধানীৰ ৰাজ কাৰেং বা ৰাজপ্রাসাদ শিল-ইটাৰে নিৰ্মাণ কৰিছিল। সেই সময়ৰ পৰাই হয়তো শিল ইটাৰ ব্যৱহাৰ ক্ৰমাৎ বাঢ়ি গৈছিল।
No photo description available.May be an image of 1 person, tree and grass
চৰাইদেউত চুকাফাই ৰাজধানী স্থাপন কৰাৰ পৰৱৰ্তী সময়ত সেই ঠাইকেই পাছলৈ আহোম ৰজা সকলৰ সমাধিক্ষেত্ৰ কৰিছিল। অসম বুৰঞ্জীত উল্লেখ্য যে, এই পৱিত্ৰ ঠাইত সকলো বিপ্লৱীয়ে শপত গ্রহণ কৰি দেশ উদ্ধাৰ কৰিম বুলি প্রতিজ্ঞা কৰিছিল। শেষলৈ তেজী নামৰূপ আৰু গেলেকী প্রধান ঘাটি হৈছিল। বন্দুক-বৰটোপ, ধেনু-কাঁড়, দা-যাঠী-তৰোৱাল আদি অস্ত্র-শস্ত্ৰৰে সাজু হ’ল। খাছীয়া ৰজা ছিয়েম টিকসিঙে পোনপটীয়াকৈ সহায় কৰিবলৈ মত দিছিল। বিপ্লৱী সকলৰ ভিতৰত জন্মি, খামতি বুঢ়াগোহাঁই, দেউৰাম দিহিঙ্গীয়া ফুকন, ৰূপচন্দ্ৰ কোঁৱৰ, চিকন ঢেকিয়াল ফুকন, বেনুধৰ গোহাঁই, বেনুধৰ কোঁৱৰ, দহা ফুকন, বগা কোঁৱৰ আদিও আছিল বুলি উল্লেখ আছে।
No photo description available.
চৰাইদেউতেই ৰাজকীয় লোকৰ মৃত্যুৰ পিছত শিল-ইটাৰে পকীকৈ মৈদামবোৰো ৰজাই নিৰ্মাণ কৰিছিল। কিন্তু নিৰ্দিষ্টকৈ মৈদামসমূহ নামকৰণ কৰা নাছিল। যাৰ বাবে বৰ্তমান সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত হোৱাৰ পিছতো সঠিকভাৱে মান নিৰূপণ কৰাত কিছু অসুবিধা ৰৈ গৈছে বুলি বিভাগীয় লোকৰ পৰা জানিব পৰিছিলোঁ।
May be an image of 1 person, motorcycle, road, grass and tree
- Advertisement -

Hot this week

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °