Saturday, May 24, 2025
33 C
Guwahati

চনকা নবনির্মিত ৰিজৰ্ট বীচ ফায়াৰত উপস্থিত ৰিণিকি ভূঞা শৰ্মা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

চনকা নবনির্মিত ৰিজৰ্ট বীচ ফায়াৰত উপস্থিত ৰিণিকি ভূঞা শৰ্মা

অসম খবৰ বিশেষ প্ৰতিনিধি মায়ং ৫ডিচেম্বৰ:

যাদুৰ দেশ মায়ঙৰ চনকাত বৃহস্পতি বাৰৰ নিশা উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু কন্যা।

মৰিগাঁও জিলাৰ মায়ঙৰ চনকাত বৃহস্পতি বাৰে উন্মোচন কৰে বিচ্চ ফায়াৰ নামৰ এখন ৰিজৰ্ট উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেনমেণ্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই।

যুৱ উদ্যোগী দীপক ডেকাই ৰিজৰ্ট বিচ্চ ফায়াৰ নামেৰে আৰম্ভ কৰা এই ৰিজৰ্টৰ অন্যতম আকৰ্ষণ হ’ল, বাঁহ-কাঠেৰে সজা দুমহলীয়া পৰ্যটক থাকিব পৰা কোঠা। মনোমোহা পৰিৱেশ মাজত এই ৰিজৰ্টৰ সুস্বাদু আৰু স্বাস্থ্যসন্মত থলুৱা আহাৰে অঞ্চলটোলৈ পৰ্যটনৰ আগমনত আকৰ্ষণ সৃষ্টি কৰিছে।

ব্ৰহ্মপুত্ৰৰ পাৰত চনকাৰ প্ৰাকৃতিক পৰিৱেশত নিৰ্মাণ কৰা এই ৰিজৰ্টখন গুৱাহাটীৰ পৰা মাত্ৰ একঘণ্টাৰ দূৰত্বত অৱস্থিত।উল্লেখযোগ্য যে বৃহস্পতি বাৰৰ নিশা অসমৰ অন্যতম পৰ্যটন স্হলী ৰূপে খ্যাত মায়ঙৰ চনকাত উপস্থিত হৈ চনকাত নবনির্মিত ৰিজৰ্ট বীচ ফায়াৰৰ ফিতা কাটি মাঙ্গলিক প্ৰক্ৰিয়াৰে ৰাইজৰ বাবে শুভ উদ্বোধন কৰে ৰিণিকি ভূঞা শৰ্মায়ে। লগতে চনকাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বন জুইৰ উমাল তাপত চাহৰ সোৱাদ লয়।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds