ঘগ্ৰাপাৰৰ ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়াগোহাঁই থানত ৪১ সংখ্যক শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা

 

ঘগ্ৰাপাৰৰ ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়াগোহাঁই থানত ৪১ সংখ্যক শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়াগোহাঁই থানত যোৱা ১০ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪১ সংখ্যক শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা অনুষ্ঠিত কৰা হৈছে।

আজি ১২ নৱেম্বৰ মহাঅষ্টমী বিহিত পূজা। এই উপলক্ষে আজি ৰাতিপুৱাৰে পৰা পূজাস্থলীত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। ভক্তসকলে ৰাতিপুৱাৰ পৰা মা জগদ্ধাত্ৰী দেৱীৰ আষীশ বিচাৰি বন্তি প্ৰজ্বলন কৰি পূজা অৰ্চনা কৰে।পূজা সমিতিয়ে সম্পূৰ্ণ কভিড নীতি নিৰ্দেশনা মানি উৎযাপন কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা হাতত লৈছে।

ফইজুল হক চৌধুৰী

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.