ঘগ্ৰাপাৰত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ৫০ সংখ্যক জন্ম দিন পালন আৰু কাৰ্য্যলয় উদ্বোধন

 

বড়িগোগ বনভাগ মণ্ডলৰ কাৰ্য্যলয় শুভ উদ্বোধনত উপস্থিত নলবাৰী সমষ্টিৰ বিধায়ক তথা মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা।

নিজৰ জন্ম দিনটোত ঘগ্ৰাপাৰত উপস্থিত হৈ কি কলে বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

বৰাকৰ ঘটনাত তৃতীয় শক্তি জড়িত আছে লগতে চৰকাৰৰো অনুসন্ধান চলি আছে।

দল তথা চৰকাৰে অশুভ শক্তিক ৰোধ কৰাত সক্ষম হৱ।

অসমত এতিয়া বিৰোধী বুলি কোনো দলীয় শক্তি নাই।
অসমৰ পাছটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পাৰ্থী জয়ী হোৱাতো নিশ্চিত।

কংগ্ৰেছ দল ভিত্তিহীন হৈ পৰিছে।ভবানীপুৰ সমষ্টিত প্ৰায় ৩০ হেজাৰ ভোটত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোটৰ পাৰ্থী জয়ী হৱ।

উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে বিজেপি তথা মিত্ৰদলৰ সকলো প্ৰাৰ্থী জয়ী হব বুলি দাবী কৰি কয়।

আজি বিধায়ক গৰাকীয়ে ঘগ্ৰাপাৰত উপস্থিত হৈ বড়িগোগ বনভাগ মণ্ডলৰ কাৰ্য্যলয় উদ্বোধন কৰাৰ লগতে ঘগ্ৰাপাৰ দামোদৰ ধাম পথত গছপুলি ৰোপণ কৰি জন্ম দিন পালন কৰা পৰিলক্ষিত হয়।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.