গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ

■ গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে- চান মহম্মদ আৰু আছমত আলী

● দেওবাৰে নিশা চি আই ডিৰ দলে গ্ৰেপ্তাৰ কৰে আছমত আলী আৰু ছান মামুদক।
● আছমত আলী বাজানপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি থকাৰ বিপৰীতে ছান মামুদ সাণোৱা পঞ্চায়তৰ সভাপতি।
● উল্লেখ্য যে, উচতনি দিয়া সন্দৰ্ভত ৬ অভিযুক্তক চিনাক্ত কৰিছিল আৰক্ষীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.