Thursday, June 19, 2025
25.2 C
Guwahati
TOP NEWS:

ক’ৰোনা মুক্ত হ’ল কৃষ্ণাইৰ ভেলাখামাৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

¦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰাত  কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে কৰ’না মুক্ত হ’ল এখন গাওঁ। গাওঁ খন হৈছে কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ। এই গাওঁখনত একেটা পৰিয়ালতে তিনি গৰাকী লোক আক্ৰান্ত হৈছিল মহামাৰী কৰ’নাত৷ হাৰিমুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰেপিড টেষ্ট কৰাৰ সময়তে এই লোক কেই গৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছিল যোৱা ১ মে তাৰিখে৷ আক্ৰান্ত লোক কেইগৰাকী আছিল দিলীপ ৰায়, তেওঁৰ পত্নী জুনুমাই কলিতা আৰু বায়েক মাধুৰী ৰায় ৷ ইয়াৰ পিছতে বিগত ১৪ দিনে পৰিয়ালটোক হোম আইছ’লেচনত ৰখাৰ দিহা কৰে স্বাস্থ্য বিভাগে। আজি তেওঁলোকৰ হোম আইছ’লেচনৰ কাল সামৰণি পৰাত স্বাস্থ্য বিভাগে পৰিয়ালটোৰ পুণৰ স্বাস্থ্য পৰীক্ষা কৰে৷ পৰীক্ষাত পৰিয়ালটোৰ আটাই কেইগৰাকী সদস্যৰে কৰ’না নিগেটিভ ওলোৱাত পৰিয়ালটোৰ লগতে গাওঁবাসীয়ে স্বস্তিৰ নিশ্বাস ১৪। সম্প্ৰতি গাওঁ খনত এজনো ক’ৰোনা ৰোগী নথকা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে।

- Advertisement -

Hot this week

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °