Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

কৃষ্ণাইৰ খৰিয়াপাৰাত সমূহীয়া ধান কটা পৰম্পৰা উৎসৱ :

- Advertisement -

কৃষ্ণাইৰ খৰিয়াপাৰাত সমূহীয়া ধান কটা পৰম্পৰা উৎসৱ :

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া খৰিয়াপাৰাত আজি দেখা গ’ল এক মনমোহা দৃশ্য ৷

খৰিয়াপাৰাৰ বিশাল পথাৰত আজি গাঁৱখনৰ পুৰুষ সকলে সমূহীয়া ভাৱে কাটিলে সোণালী ধান ৷

ধান কটাৰ মাজতে বিহু নাচি বাগি কৰিলে আনন্দ ৷

উল্লেখ্য যে খৰিয়াপাৰা গাওঁবাসীয়ে ৰাইজৰ নামত থকা মুঠ আঠ বিঘা ভূমিত সমূহীয়া ভাৱে কৰিছিল শালি ধানৰ খেতি ৷

নদন বদন কৰি বাঢ়ি অহা ধানখিনি সময়ত সোণোৱালী হৈ আহিল ৷

অৱশেষত আজি ৰাইজে লগে ভাগে আহি ধান খিনি দাই নিলে ৷

এই ক্ষেত্ৰত খৰিয়াপাৰাৰ কেইজনমান যুৱকে জনোৱা অনুসৰি এই ধান খিনি মৰণা মৰাৰ পিছত ৰাজহুৱা ভঁৰালত সংৰক্ষণ কৰা হ’ব আৰু সময়ত এই ধান বিক্ৰী কৰি পোৱা ধন খিনি ৰাজহুৱা উৎসৱ আদিত ব্যৱহাৰ কৰা হ’ব ৷

যুৱক সকলে প্ৰকাশ কৰা অনুসৰি সমূহীয়া ভাৱে এইদৰে কৃষিকাৰ্য কৰা পৰম্পৰাই খৰিয়াপাৰাবাসী ৰাইজক একত্ৰিত কৰি ৰাখিবলৈ সক্ষম হৈছে ৷

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
32.5 ° C
32.5 °
32.5 °
71 %
1.6kmh
6 %
Thu
30 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °