Sunday, May 25, 2025
27 C
Guwahati

উন্নয়নৰ স্বাৰ্থত আপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

চামগুৰিত নুৰুল আমিন চৌধুৰী, বিহালীত অনন্ত গগৈৰ মাৰাথন প্ৰচাৰ

গুৱাহাটী● চামগুৰিৰ আপৰ মনোনীত প্ৰাৰ্থী ডঃ নুৰুল আমিন চৌধুৰীৰ সমৰ্থনত সমষ্টিটোৰ ভূৰবন্ধা গাওঁ পঞ্চায়তৰ শান্তি বজাৰ এলেকাত আজি নিৰ্বাচনী সভা অনুষ্ঠিত হয়। নিৰ্বাচনী সভাত আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ উপৰি দলৰ ৰাজ্যিক উপ সভাপতি সৌমিক সেনগুপ্ত, জ্যেষ্ঠ নেতা অম্লানজ্যোতি হাতীবৰুৱা আৰু সঞ্জিত বৰ্মন উপস্থিত থাকে।

সভাত উপস্থিত বক্তা সকলে চামগুৰি সমষ্টিৰ যোগাযোগ ব্যৱস্থা, শৈক্ষিক বিকাশ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে আপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। সমষ্টিটোৰ ৬ নং আৰু ৭ নং ভগামুখত অনুষ্ঠিত নিৰ্বাচনী সভাত বহুসংখ্যক ৰাইজে যোগদান কৰে। সভাত বক্তা সকলে দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো কামৰ ৰাজনীতি আৰম্ভ কৰাৰ স্বাৰ্থত আপৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

আনহাতে, বিহালীতো আজি আম আদমী পাৰ্টিৰ কেইবাখনো প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত আপৰ প্ৰাৰ্থী অনন্ত গগৈৰ লগতে ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, প্ৰশাসনিক সম্পাদক ভিক্টৰ গগৈ আৰু অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে। বিহালী তিনিখুটি গাওঁ পঞ্চায়তত অনুষ্ঠিত হয় অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা।

আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই বিহালী বাসীৰ প্ৰতি বিজেপি আৰু কংগ্ৰেছে কৰি অহা দীৰ্ঘদিনীয়া বঞ্চনাৰ অৱসানৰ হকে দলৰ প্ৰাৰ্থী অনন্ত গগৈক ভোট দিবলৈ আহ্বান জনায়।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

Topics

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds