Saturday, July 12, 2025
26.7 C
Guwahati
TOP NEWS:

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

কানাডাত অনুষ্ঠিত G-7 সন্মিলনে গাজাত যুদ্ধ বিৰতিকে ধৰি মধ্য প্রাচ্যত হিংসাৰ অন্ত পেলোৱাৰ বাবে সামূহিক আহ্বান জাৰি কৰিছে।

- Advertisement -

Israel says it killed Iran's newly appointed military chief in Tehran  strike | Amu TVইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম লিডাৰ আয়াতুল্লা আলি খামেনেৰ ঘনিষ্ঠ উপদেষ্টা আলি ছাদমানীৰ তেহৰানৰ এটা কমাণ্ড চেণ্টাৰত হোৱা বিমান আক্ৰমণত মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে। শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ চীফ অব্ ষ্টাফৰ মৃত্যু হোৱাৰ পাছতেই ছাদমানীয়ে দেশখনৰ খতম-অল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ নেতৃত্ব লৈছিল।Iran's senior military commander in Russia: Crushing response to Israel 'on  its way' ইৰাণৰ ছাইবাৰ সুৰক্ষা কমাণ্ডে ইজৰাইলে দেশখনৰ ডিজিটেল আন্তঃগাঁথনিক লক্ষ্য কৰি ব্যাপক ছাইবাৰ যুদ্ধ চলোৱা বুলি অভিযোগ কৰিছে। ইয়াৰ ফলত দেশখনৰ যাৱতীয় সেৱাসমূহ ব্যাহত হৈছে বুলি ইৰাণৰ এটা সংবাদ সংস্থাই প্ৰকাশ কৰিছে।
ইপিনে, কানাডাত অনুষ্ঠিত G-7 সন্মিলনে গাজাত যুদ্ধ বিৰতিকে ধৰি মধ্য প্রাচ্যত হিংসাৰ অন্ত পেলোৱাৰ বাবে সামূহিক আহ্বান জাৰি কৰিছে।

Hot this week

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °