ইঞ্জিন যুক্ত নাও বন্ধ : বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী প্ৰতিবাদ :

 

 

ইঞ্জিন যুক্ত নাও বন্ধ :
বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী প্ৰতিবাদ :

যোৰহাটৰ নিমাতী ঘাটত হোৱা নাও দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অসমতে এক ইঞ্জিন চালিত নাও সমূহ বন্ধ কৰি দিয়াৰ ফলত সমস্যাৰে জৰ্জৰিত হৈ পৰে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ প্ৰায় ৪৩ খন গাৱঁৰ ১ লাখতকৈও অধিক লোকৰ ।
উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ ৩ খন গাওঁ পঞ্চায়তৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী মুকালমুৱা অন্যান্য স্কুল কলেজৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয় আদালত উত্তৰ পাৰে অৱস্থিত হোৱা বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।

ইফালে চৰাঞ্চলবাসী ৰাইজে চৰকাৰক ইয়াৰ স্থায়ী সমাধান বিচাৰি চৰকাৰলৈ অনুৰোধ জনাই আজি ৩ ঘন্টীয়া ধৰ্মঘাট কাৰ্য্যসুচী ৰূপায়ণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.