শেহতীয়া আপডেটঃ

অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুৰচিদ আলমৰ বিয়োগ

ফইজুল হক চৌধুৰী, নলবাৰীঃ
নলবাৰী জিলাৰ আল্লিয়াৰ বালিপাৰা গাঁৱৰ নিজ বাসগৃহত উচ্চ ৰক্তচাপ জনিত কাৰণত আকস্মিক ভাবে মৃত্যু হয় খুৰচিদ আলমৰ।
তেওঁ ঐতিহাসিক অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মী আছিল।

ইয়াৰোপৰি প্ৰাক্তন আছু নেতা, অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বিশিষ্ট সমাজকৰ্মী, পাব্লিক এক্সুয়েল অকাডেমিৰ স্বত্বাধিকাৰী আৰু ২০১৬ চনত নলবাৰী জিলাৰ ৫৯ নং বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় পাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।

সদ্য প্ৰয়াত খুৰছিদ আলমে তেওঁৰ পত্নীৰ লগতে এজন পুত্ৰ,দুই কন্যাক এৰি থৈ যায়।

বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত তেওঁৰ গৃহ চহৰ নলবাৰীত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।

সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্য নিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী জিলা উন্নতি সভা, অসম জাতীয় পৰিষদ (নলবাৰী জিলা কমিটী), যুৱ ছাত্ৰ পৰিষদ, কংগ্ৰেছ-বিজেপিৰ লগতে বিভিন্ন দল সংগঠনৰ কৰ্মীয়ে সদ্য প্ৰয়াত খুৰছিদ আলমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.