শেহতীয়া আপডেটঃ

অসমত ভূমিকম্পৰ জোকাৰণি ; অভিকেন্দ্ৰ গাৰো পাহাৰ

Earthquake of Magnitude: 3.9, Occured on: 16/12/2024 19:40:35 IST, Lat: 25.65 N, Long: 90.37 E, Depth: 10 Km, Region: West Garo Hills, Meghalaya. More details at www.seismo.gov.in or BhooKamp App

আজাৰা , ১৬ ডিচেম্বৰ : ৰাজ্যত চলি থকা শীত প্ৰবাহৰ মাজতে আজি নিশা অসমকে ধৰি উত্তৰ পূব ভাৰতৰ কেবাখনো ৰাজ্যত এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি নিশা ৭ বাজি ৪০ মিনিট ৩৫ ছেকেণ্ডত প্ৰায় ১৪ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৯ কম্পনাংক । আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ গাতে লগা মেঘালয়ত পশ্চিম গাৰো পাহাৰ জিলাৰ উত্তৰ পূৱ দিশত ১০ কিলোমিটাৰ গভীৰতাত । অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক’তো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.