Monday, June 16, 2025
29.9 C
Guwahati
TOP NEWS:

অনলাইনত সামগ্ৰী কিনোতে সাৱধান হওঁকঃ দিল্লীত এমাজন চেল প্রাইভেট লিমিটেডৰ গুডামত অভিযান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

খাদ্যৰ মান নির্ণয়কাৰী ৰাষ্ট্ৰীয় সংস্থা, ভাৰতীয় মান্যক ব্যুৰ’ৱে দিল্লীস্থিত এমাজন চেল প্রাইভেট লিমিটেডৰ গুডামত আজি অভিযান চলায়। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্র্যালয়ে প্রকাশ কৰা অনুসৰি মান্যক ব্যুৰ’ৱে এমাজনৰ গুডামত প্রায় ১৫ ঘণ্টা ধৰি অভিযান চলাই ৩,৫০০ ৰো অধিক সামগ্রী জব্দ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আই এছ আই চিহ্ন নথকা আৰু ভুৱা আই এছ আই চিহ্ন সম্বলিত সামগ্রী আছে। জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য প্রায় ৭০ লাখ টকা বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মান্যক ব্যুৰ’ৱে দিল্লীৰ ফ্লিপকাৰ্টৰ এটা সহায়ক কোম্পানী ইনষ্টাকার্ট ছার্ভিচেজ প্রাইভেট লিমিটেডতো পৃথক অভিযান চলাই আই এছ আই মার্ক নথকা খেলৰ বাবে পৰিধান কৰা প্ৰায় ৬ লাখ টকা মূল্যৰ ৫৯০ যোৰ জোতা জব্দ কৰে।

- Advertisement -

Hot this week

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

সত্ৰসমূহ বেদখলমুক্ত কৰি সত্ৰীয়া সংস্কৃতিৰ শিপাক মজবুত কৰি ৰখাৰ প্ৰয়াস

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Topics

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি

বিহালীত বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ দ্বি-বাৰ্ষিক অধিবেশন  সফল সামৰণি অসম...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
29.3 ° C
29.3 °
29.3 °
80 %
0.3kmh
97 %
Mon
29 °
Tue
33 °
Wed
30 °
Thu
29 °
Fri
28 °