31.3 C
Guwahati
Friday, September 19, 2025
More

    শেহতীয়া আপডেটঃ

    ৰেঙনি মইনা পাৰিজাত, বান্দৰদেৱাৰ সপ্তম বাৰ্ষিক অধিবেশন আৰু শিল্পী দিৱস উদযাপন :

    ৰেঙনি মইনা পাৰিজাত, বান্দৰদেৱাৰ সপ্তম বাৰ্ষিক অধিবেশন আৰু শিল্পী দিৱস উদযাপন :

    আজি ৰেঙনি মইনা পাৰিজাতৰ উদ্যোগত কভিত পটকল মানি শিল্পী দিৱস উদ্‌যাপন কৰে । সভাত মুখ্য অতিথিৰ ভাষণ দিয়ে নামনি লক্ষীমপুৰ জিলা মইনা পাৰিজাতৰ সভাপতি দীননাথ বৰাদেৱে।
    নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে পিছলা নেশ্যনেল একাডেমীৰ লোকৰঞ্জন মইনা পাৰিজাতৰ মইনা প্ৰজ্ঞা প্ৰিয়দৰ্শিনী বৰাই।
    উদ্বোধনী ভাষণ দিয়ে ৰূপজ্যোতি মইনা পাৰিজাতৰ মইনা নিমাশ্ৰী তামুলীয়ে।
    অধ্যক্ষতা কৰে ৰেঙনী মইনা পাৰিজাতৰ মইনা তন্মনা শুভাশিনী লেখাৰুয়ে।

    বিশিষ্ট অতিথিৰ ভাষণ ৰাখে অপূৰ্ব্ব হাজৰিকা আৰু ধনেশ্বৰ হাজৰিকাই।
    সভাত নামনি আঞ্চলিক মইনা পাৰিজাতৰ সম্পাদক ৰিপুন বৰা আৰু পিছলা নেশ্যনেল একাডেমীৰ অধ্যক্ষ কমল বৰাইও বক্তব্য ৰাখে।
    শিল্পী দিৱস আৰু অধিবেশন উপলক্ষে গীত নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

    জয়ন্ত কুমাৰ হাজৰিকা

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.