শেহতীয়া আপডেটঃ

‘প্ৰান্তিক’ আলোচনীৰ বিশেষ লেখা ভিত্তিক মতামত প্ৰতিযোগিতাৰ ফলাফল

‘অভিযন্তাৰ পৰা কেৰিয়াৰ পৰামৰ্শদাতালৈ যাত্ৰা: কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ’ শীৰ্ষক লেখাটোৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত অনলাইন মতামত প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: ‘প্ৰান্তিক’আলোচনীৰ ১–১৫ ছেপ্টেম্বৰ, ২০২৫ সংখ্যাত প্ৰকাশ হোৱা  ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘অভিযন্তাৰ পৰা কেৰিয়াৰ পৰামৰ্শদাতালৈ যাত্ৰা: কেৰিয়াৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ’ শীৰ্ষক লেখাটোৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত অনলাইন মতামত প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাখনত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকল হ’ল – কৃষ্ণালীনা কলিতা ,নৱনীতা গগৈ, পুষ্পাঞ্জলি ডেকা, বৰিস্মিতা ফুকন, ভবেন গগৈ, জয়শ্ৰী শইকীয়া, বিপুল শৰ্মা, শতাব্দী শৰ্মা, দাদুল ভূঞা আৰু শেৱালী ভণিতা চৌধুৰী ।  পুৰস্কাৰ লাভকাৰী সকলে  তেওঁলোকৰ জি-পে নম্বৰ (G-Pay Number) বা বেংক একাউণ্ট নম্বৰৰ সবিশেষ ৱাটছএপ নম্বৰ ৯৪৩৫১৮৮৬৩০-ত জনাবলৈ ড°  বুলজিৎ বুঢ়াগোহাঁয়ে আহ্বান জনাইছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.