শেহতীয়া আপডেটঃ

বিশ্বনাথৰ অন্যতম “ৰ’দ গোষ্ঠীৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰস্তুতি

বিশ্বনাথৰ অন্যতম “ৰ’দ গোষ্ঠীৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰস্তুতি

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ৫ ডিচেম্বৰ ঃ
বিশ্বনাথৰ অন্যতম সাহিত্যৰ অনুষ্ঠান হল “ৰ’দ” গোষ্ঠী ৷ ইতিমধ্যে দ্বিতীয় বৰ্ষ গৰকা ৰ’দ গোষ্ঠীয়ে বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰিব ৷

প্ৰস্তুতিও পুৰ্ণ গতিত চলি আছে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰখা ৰাজ্যিক ভিক্তিত কবি সন্মিলনৰ লগতে বঁটা প্ৰদান কৰা বিশেষ কাৰ্যসুচীও গ্ৰহন কৰিছে ৷

গাম্ভীৰ্যপুৰ্ণভাবে অনুষ্ঠিত হবলগা অনুষ্ঠানত সাহিত্য বিষয়ক আলোচনা কৰাৰ উপৰিও ৩০ গৰাকীৰো অধিক কবি-সাহিত্যিকক বঁটা প্ৰদান কৰা হ’ব ৷

এই কথা সদৰী কৰে ৰ’দ গোষ্ঠীৰ সম্পাদক জয়ন্ত বৰুৱাই ৷

তেওঁ জানিব দিয়া অনুসৰি “ৰ’দ আলোচনীখনৰ লেখক , লেখিকা আৰু শুভাকাংক্ষী সকলক প্ৰাধান্য দিয়া ক্ৰমে ” ৰ’দৰ সাহিত্য সৌৰভ বঁটা” , “কাব্য সৌৰভ বঁটা” আৰু “ৰ’দ হৈতেষী বঁটা ” প্ৰদান কৰিব ৷ উল্লেখ্য যে পদ্মশ্ৰী বিভূষিত স্বনামধন্য সাহিত্যিক য়েছে দৰজে ঠংচিক “ৰ’দৰ গদ্যৰত্ন বঁটা ” আৰু অসমীয়া কাব্য জগতৰ ভোটাতৰা স্বৰূপ বিশিষ্ট কবি সমীৰ তাঁতিক “ৰ’দৰ কাব্যৰত্ন বঁটা ” প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷


সেয়েহে সমাগত ১৬ জানুৱাৰীত বিশ্বনাথ চাৰিআলি হিমালয় বিবাহভৱনত দিনজোৰা কাৰ্যসুচীৰে হব লগা অনুষ্ঠানত সকলোৰে সহায় , সহযোগিতা আৰু উপস্থিতিৰ কামনা কৰে সম্পাদক গৰাকীয়ে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.